News 24 Update

AUWJ MEET CM

অসমৰ কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানৰ বিষয়ত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দ্যপূৰ্ণ আলোচনা অসম বাৰ্তাজীবী সংঘৰ অসম বাৰ্তাজীবী সংঘৰ এটা প্ৰতিনিধি দলে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাদেৱক জনতা ভৱনৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰি ৰাজ্যখনৰ কৰ্মৰত সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে এই সমস্যাসমূহ সমাধানৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে হোৱা বাৰ্তাজীৱী […]

AUWJ MEET CM Read More »

News24update. SSB NEWS

বিজনীত ৫৪  নং  বি,এন SSB ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস চিৰাং জিলাৰ বিজনীৰ লাউকুৰিগুৰীস্থিত ৫৪ নং বি.এন SSB ৰ মুখ্য কাৰ্যালয়ত গাম্ভীৰ্য আৰু উৎসাহ-উদ্দীপনাৰ মাজেৰে ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।অনুষ্ঠানটি শুভ উদ্বোধন কৰে গুৱাহাটী SSB হেড কোৱাৰ্টাৰৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেল হেনাম বসন্ত কুমাৰ সিঙে। দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত সাংস্কৃতিক সন্ধিয়াত অসমীয়া বিহু

News24update. SSB NEWS Read More »

news24update Tamulpur news

মাদকদ্ৰব্য নিয়ন্ত্ৰণত বদ্ধপৰিকৰ তামুলপুৰ জিলা প্ৰশাসন তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত এনকৰ্ড কমিটীৰ বৈঠক তামুলপুৰ, ২০ মে’– তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এনকৰ্ড (NCORD) কমিটীৰ মে’ মাহৰ বৈঠকখন অনুষ্ঠিত হয়। জিলা আয়ুক্ত চিমি কৰণ, আইএএছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত আৰক্ষী, স্বাস্থ্য, শিক্ষা, বন, আবকাৰী আদি বিভাগৰ বিষয়াৰ লগতে এছএছবি, এনচিবি আৰু স্বেচ্ছাসেৱী সংগঠন আদিৰ প্ৰতিনিধিসকল উপস্থিত

news24update Tamulpur news Read More »

News24update Tamulpur মাদকদ্ৰব্য নিয়ন্ত্ৰণত বদ্ধপৰিকৰ তামুলপুৰ জিলা প্ৰশাসন তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত এনকৰ্ড কমিটীৰ বৈঠক তামুলপুৰ, ২০ মে’– তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এনকৰ্ড (NCORD) কমিটীৰ মে’ মাহৰ বৈঠকখন অনুষ্ঠিত হয়। জিলা আয়ুক্ত চিমি কৰণ, আইএএছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত আৰক্ষী, স্বাস্থ্য, শিক্ষা, বন, আবকাৰী আদি বিভাগৰ বিষয়াৰ লগতে এছএছবি, এনচিবি আৰু স্বেচ্ছাসেৱী সংগঠন আদিৰ

Read More »

Army Online CEE Examination in Tamulpur তামুলপুৰত সেনাবাহিনীৰ অনলাইন চিইই পৰীক্ষাৰ আয়োজন তামুলপুৰ, ২০ মে’– ২০২৭ বৰ্ষৰ বাবে ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ আৰু জেচিঅ’/অ’আৰ পদত নিয়োগৰ বাবে অনুষ্ঠিত হ’বলগীয়া “অনলাইন কমন এণ্ট্ৰেন্স পৰীক্ষা” (চিইই) অহা ১ জুন, ২০২৬-ৰ পৰা ১২ জুন, ২০২৬-লৈ অনুষ্ঠিত হ’ব। ১৫ জুন, ২০২৬ তাৰিখটো সংৰক্ষিত দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। নাৰেংগীস্থিত সেনাবাহিনীৰ

Read More »

news24update তামুলপুৰ সেনাবাহিনী online cee পৰীক্ষাৰ আয়োজন

তামুলপুৰত সেনাবাহিনীৰ অনলাইন চিইই পৰীক্ষাৰ আয়োজন তামুলপুৰ, ২০ মে’, ২০২৬ : ২০২৭ বৰ্ষৰ বাবে ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ আৰু জেচিঅ’/অ’আৰ পদত নিয়োগৰ বাবে অনুষ্ঠিত হ’বলগীয়া “অনলাইন কমন এণ্ট্ৰেন্স পৰীক্ষা” (চিইই) অহা ১ জুন, ২০২৬-ৰ পৰা ১২ জুন, ২০২৬-লৈ অনুষ্ঠিত হ’ব। ১৫ জুন, ২০২৬ তাৰিখটো সংৰক্ষিত দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। নাৰেংগীস্থিত সেনাবাহিনীৰ কাৰ্যালয়ৰ পৰা তামুলপুৰ জিলাকে

news24update তামুলপুৰ সেনাবাহিনী online cee পৰীক্ষাৰ আয়োজন Read More »

⭕নিশামণি হালৈৰ মৃত্যুৰ এমাহ নৌহওঁতেই ঘৰখনলৈ নামিছে আন এক বিপদ নাগাৰা নামৰ পাঠক তথা বিহুৱতী নিশামণিৰ অকাল বিয়োগৰ পিছত নিশামনিৰ ঘৰখনলৈ নামিছে আন এক বিপদ। নিশামণিৰ মৃত্যুৰ এমাহ নৌহওঁতেই আঘাতৰ সন্মুখীন নিশামণিৰ ককায়েক পংকজ প্ৰতিম হালৈ। নিশামণিৰ ককায়েক পংকজৰ গালত লোহা সোমাই ৭টাকৈ চিলাই কৰিব লগা হৈছে । ঘৰৰ বিচনাত থকা পংকজৰ পিতৃ ৰমেন হালৈয়ে

Read More »

Journalist news

বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ গুৱাহাটী , ২২ ফেব্ৰুৱাৰীঃ বিশিষ্ট সাংবাদিক, চিন্তাবিদ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ বিয়োগত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাতসংঘৰ সভাপতি মধুসুধন মেধি, উপসভাপতি তথা নব নিৰ্বাচিত সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ

Journalist news Read More »