UttarGuwahati citu protest
⭕আমিনগাৱঁত (CITU) চিটু’ৰ ধৰ্ণা কাৰ্যসূচী। নতুন শ্ৰম ক’ড বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। শ্ৰমিক বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ । দেশত নতুন শ্ৰম ক’ড বাতিল কৰি পুৰণি শ্ৰম ক’ড বাহাল ৰখাৰ দাবীত উত্তৰ গুৱাহাটী সমূহ শ্ৰমিক সংগঠণ একগোট হৈ প্ৰতিবাদত বহিল । […]
UttarGuwahati citu protest Read More »