UTTAR GUWAHATI SILPI DIVAS
UTTAR GUWAHATI SILPI DIVAS Read More »
আই আই টি গুৱাহাটীত প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন । আই আই টি গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন ।অধিবেশন খনত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।অধিবেশন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে “External Affairs and Textile ” বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মুখ্য
বৰপেটাত কাইলৈ হিন্দু সন্মিলনৰ আয়োজন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে সমগ্র ভাৰতবৰ্ষতে নগৰীয়া বস্তি তথা গাঁও পঞ্চায়ত যাক সংঘৰ সাংগঠনিক ভাষাত মণ্ডল বোলা হয়, সেই প্ৰতিটো মণ্ডল অনুসৰি একোখনকৈ হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। সেই একেই উদ্দেশ্যেৰে সদৰ বৰপেটাৰ দল্লিদবাৰ পথাৰ (বিলৰতাৰিহাটী ৰাখাল থানৰ কাষত) ১ নং গুৰুপ্ৰসাদ বস্তিত অহা ১৮ জানুৱাৰীত দিনযোৰা বিস্তৃৰ্ণ কাৰ্যসূচীৰে
HINDU SANMILON AT BARPETA Read More »
GORESWAR FISH MARKET GORESWAR FISH MARKET আজি ভোগালীৰ উৰুকা ৷ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে গোৰেশ্বৰ বজাৰ ৷ভোগালী উপলক্ষে গোৰেশ্বৰ অৰ্ধসপ্তাহিক বজাৰত বিভিন্ন স্থানৰ লোকৰ ভীৰ। থুলুৱা মাছৰ বজাৰখনে বিশেষভাৱে আকৰ্ষণ কৰিছে গ্ৰাহকক ।আৰু উৰুকাৰ নিশা সকলোৱে একেলগে এসাজ খোৱাৰ বাবে কাহিলি পুৱাৰে পৰা ৰৌ, বৰালি, চিতল, ভকুৱা, বাহু আদি মাছ কিনিবলৈ হেতাওপৰা লগাইছে ৰাইজে
GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY গোৰেশ্বৰ-১২জানুৱাৰীঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানা আজি থানাৰ নতুন ভৱনৰ শিলান্যাস কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত প্ৰায় ২কোটি টকা ব্যয়ৰে নিৰ্মাণ হব গোৰেশ্বৰ আৰক্ষী থানাৰ নতুন ভৱনটি । উক্ত আচনিৰ অধীনত অত্যাধুনিক লকআপ , শৌচাগাৰ , প্ৰস্ৰাৱগাৰ আৰু জিৰণী চ’ৰা সুবিধাৰ উপৰি
GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY Read More »
Civilian Entry Banned During Army Firing Exercises in Tamulpur Tamulpur, 12 January 2026 : At the Daranga Short Firing Range under Tamulpur district, located in the Menka Tea Garden area, the 271 Field Workshop Company, EME of the Indian Army will conduct small arms firing and range classification exercises from 16 January to 20 January,
Civilian Entry Banned During Army Firing Exercises in Tamulpur Read More »
খাটাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰোত্তম শৰ্মাৰ দেহাৱসান। তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় (বৰ্তমান খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক তথা ভাওৰাগুৰী গাঁও নিবাসী নৰোত্তম শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি তেখেতে হৃদৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল। যোৱা ৯ জানুৱাৰীত তেখেতৰ
Nagrijuli Teacher death Read More »
মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি গোৰেশ্বৰ-১১জানুৱাৰীঃ গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত শ্বহীদ সাংবাদিক দীপক স্বর্গীয়াৰীৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ক্রিকেট খেল প্রতিযোগিতা শুক্ৰবাৰে সামৰণি পৰে ৷৭ জানুৱাৰীপৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত নাওকাটা XI পৰাস্ত কৰি গোৰেশ্বৰ প্ৰেছ গীল্ড বিজয়ী হয় । গোৰেশ্বৰ প্ৰেছ গীল্ডৰ উদ্যোগত তিনিদিনীয়াকৈ মহৰিপাৰা খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ
মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি Read More »
বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুতিৰ উদ্বোধনী সভাত মন্ত্ৰী ৰনজিৎ দাস অসমৰ ভৱিষ্যত আৰু উন্নয়নৰ দৃষ্টিভংগীক গঢ় দিয়াত আপুনিও অংশীদাৰ হওক। অসমবাসীৰ আশা-আকাংক্ষা, প্ৰত্যাশা আৰু অগ্ৰাধিকাৰসমূহ প্ৰাধান্য দি সেইসমূহক পূৰণ কৰাৰ উদ্দেশ্যৰে ‘ৰাইজৰ আকাংক্ষা বিজেপিৰ প্ৰতিশ্ৰুতি’ মূলমন্ত্ৰৰে আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ প্ৰাকক্ষণত প্ৰকাশ পাবলগীয়া ‘সংকল্প পত্ৰ’ ৰ বাবে ৰাইজৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ বিচৰা হৈছে ।
বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুতিৰ উদ্বোধনী সভাত মন্ত্ৰী ৰনজিৎ দাস Read More »