GORESWAR FISH MARKET 




GORESWAR FISH MARKET
আজি ভোগালীৰ উৰুকা ৷

ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে গোৰেশ্বৰ বজাৰ ৷

ভোগালী উপলক্ষে গোৰেশ্বৰ অৰ্ধসপ্তাহিক বজাৰত বিভিন্ন স্থানৰ লোকৰ ভীৰ। 

থুলুৱা মাছৰ বজাৰখনে বিশেষভাৱে আকৰ্ষণ কৰিছে গ্ৰাহকক ।

আৰু উৰুকাৰ নিশা সকলোৱে একেলগে এসাজ খোৱাৰ বাবে কাহিলি পুৱাৰে পৰা ৰৌ, বৰালি, চিতল, ভকুৱা, বাহু আদি মাছ কিনিবলৈ হেতাওপৰা লগাইছে ৰাইজে