News 24 Update

DARANG DISTRICT  SRIMANTA SANKARDEV SANGHYA ANNUAL CONFERENCE

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ ৫৬ সংখ্যক বার্ষিক অধিবেশনৰ প্ৰস্তুতি। গোৰেশ্বৰ: ২২ জানুৱাৰী:তামুলপুৰ জিলাৰ সমীপৱৰ্তী ওডালগুৰিৰ আন্ধেৰীঘাটৰ বৰনদীঝাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ ৫৬ সংখ্যক বার্ষিক অধিবেশনখনি ২৪ আৰু ২৫ জানুৱাৰীত খৰ্গেশ্বৰ ৰাজবংশী সমন্বয় ক্ষেত্রত উদযাপনৰ আয়োজন কৰা হৈছে।দুদিনীয়া বাৰ্ণাধ্য কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি […]

DARANG DISTRICT  SRIMANTA SANKARDEV SANGHYA ANNUAL CONFERENCE Read More »

Elephant-human conflict in Tamulpur district administration হাতী-মানুহৰ সংঘাত ৰোধত তামুলপুৰ জিলা প্ৰশাসনৰ গুৰুত্ব তামুলপুৰ, ২১ জানুৱাৰী, ২০২৬ : আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নৱনিযুক্ত জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক জলেন দৈমাৰী। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো ৰোধৰ ক্ষেত্ৰত

Read More »

GUWAHATI IIT NEWS

আই আই টি গুৱাহাটীত প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন । আই আই টি গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন ।অধিবেশন খনত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।অধিবেশন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে “External Affairs and Textile ” বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মুখ্য

GUWAHATI IIT NEWS Read More »

HINDU SANMILON AT BARPETA

বৰপেটাত কাইলৈ হিন্দু সন্মিলনৰ আয়োজন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে সমগ্র ভাৰতবৰ্ষতে নগৰীয়া বস্তি তথা গাঁও পঞ্চায়ত যাক সংঘৰ সাংগঠনিক ভাষাত মণ্ডল বোলা হয়, সেই প্ৰতিটো মণ্ডল অনুসৰি একোখনকৈ হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। সেই একেই উদ্দেশ্যেৰে সদৰ বৰপেটাৰ দল্লিদবাৰ পথাৰ (বিলৰতাৰিহাটী ৰাখাল থানৰ কাষত) ১ নং গুৰুপ্ৰসাদ বস্তিত অহা ১৮ জানুৱাৰীত দিনযোৰা বিস্তৃৰ্ণ কাৰ্যসূচীৰে

HINDU SANMILON AT BARPETA Read More »

GORESWAR FISH MARKET GORESWAR FISH MARKET আজি ভোগালীৰ উৰুকা ৷ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে গোৰেশ্বৰ বজাৰ ৷ভোগালী উপলক্ষে গোৰেশ্বৰ অৰ্ধসপ্তাহিক বজাৰত বিভিন্ন স্থানৰ লোকৰ ভীৰ।  থুলুৱা মাছৰ বজাৰখনে বিশেষভাৱে আকৰ্ষণ কৰিছে গ্ৰাহকক ।আৰু উৰুকাৰ নিশা সকলোৱে একেলগে এসাজ খোৱাৰ বাবে কাহিলি পুৱাৰে পৰা ৰৌ, বৰালি, চিতল, ভকুৱা, বাহু আদি মাছ কিনিবলৈ হেতাওপৰা লগাইছে ৰাইজে

Read More »

GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY

GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY গোৰেশ্বৰ-১২জানুৱাৰীঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানা আজি থানাৰ নতুন ভৱনৰ শিলান্যাস কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত প্ৰায় ২কোটি টকা ব্যয়ৰে নিৰ্মাণ হব গোৰেশ্বৰ আৰক্ষী থানাৰ নতুন ভৱনটি । উক্ত আচনিৰ অধীনত অত্যাধুনিক লকআপ , শৌচাগাৰ , প্ৰস্ৰাৱগাৰ আৰু জিৰণী চ’ৰা সুবিধাৰ উপৰি

GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY Read More »

Nagrijuli Teacher death

খাটাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰোত্তম শৰ্মাৰ দেহাৱসান। তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় (বৰ্তমান খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক তথা ভাওৰাগুৰী গাঁও নিবাসী নৰোত্তম শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি তেখেতে হৃদৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল। যোৱা ৯ জানুৱাৰীত তেখেতৰ

Nagrijuli Teacher death Read More »

মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি

মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি গোৰেশ্বৰ-১১জানুৱাৰীঃ গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত শ্বহীদ সাংবাদিক দীপক স্বর্গীয়াৰীৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ক্রিকেট খেল প্রতিযোগিতা শুক্ৰবাৰে সামৰণি পৰে ৷৭ জানুৱাৰীপৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত নাওকাটা XI পৰাস্ত কৰি গোৰেশ্বৰ প্ৰেছ গীল্ড বিজয়ী হয় । গোৰেশ্বৰ প্ৰেছ গীল্ডৰ উদ্যোগত তিনিদিনীয়াকৈ মহৰিপাৰা খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ

মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি Read More »