News 24 Update

Journalist news

বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ গুৱাহাটী , ২২ ফেব্ৰুৱাৰীঃ বিশিষ্ট সাংবাদিক, চিন্তাবিদ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ বিয়োগত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাতসংঘৰ সভাপতি মধুসুধন মেধি, উপসভাপতি তথা নব নিৰ্বাচিত সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ […]

Journalist news Read More »

UttarGuwahati citu protest

⭕আমিনগাৱঁত (CITU) চিটু’ৰ ধৰ্ণা কাৰ্যসূচী। নতুন শ্ৰম ক’ড বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। শ্ৰমিক বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ । দেশত নতুন শ্ৰম ক’ড বাতিল কৰি পুৰণি শ্ৰম ক’ড বাহাল ৰখাৰ দাবীত উত্তৰ গুৱাহাটী সমূহ শ্ৰমিক সংগঠণ একগোট হৈ প্ৰতিবাদত বহিল ।

UttarGuwahati citu protest Read More »

Final voter list released in Tamulpur news24update তামুলপুৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশজিলাখনত মুঠ ভোটাৰ ৪,১৯,০১৩গৰাকী ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা তথা ১ জানুৱাৰী, ২০২৬-ক ভিত্তি হিচাপে লৈ তামুলপুৰ জিলাৰ ৪৩-তামুলপুৰ (অনুসূচিত জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ২০২৬ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাখন আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী

Read More »

news24update MLA BHABESH KALITA

ৰঙিয়া সমষ্টিৰ ৰাইজে পুণৰবাৰ বিধায়ক হিচাপে বিচাৰে ভৱেশ কলিতাক উত্তৰ কামৰূপৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিগণিত হোৱা ৰঙিয়া সমষ্টিত সমাগত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকট কোনে লাভ কৰিব এই লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে সমষ্টিটোৰ সচেতন ৰাইজে পুণৰবাৰ ৰঙিয়া সমষ্টিত বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাক বিধায়ক হিচাপে পাবলৈ বিচাৰে। একাংশ সচেতন ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া

news24update MLA BHABESH KALITA Read More »

Inauguration of newly constructed building of Tamulpur Higher Secondary School Inauguration of newly constructed building of Tamulpur Higher Secondary School তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন ৰাজ্যখনৰ মুঠ ৬৭খন বিদ্যালয়ৰ ভিতৰত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো নৱনিৰ্মিত ভৱনটো আজি সোণাপুৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্ছুৱেলী মুকলি কৰে। তদুপলক্ষ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

Read More »

news24update

অসম কন্যা উমা চেত্ৰী ভাৰতীয় ক্ৰিকেট দলত অৰ্ন্তভুক্ত অসমবাসীৰ বাবে শুভ সংবাদ আৰু সেয়া হৈছে অসম কন্যা উমা চেত্ৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লগীয়া ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে । উইকেট কীপাৰ বেটছমেন গৰাকীয়ে অহা মাৰ্চ মাহত পাৰ্থত অনুষ্ঠিতব্য একমাত্ৰ টেষ্ট খনৰ উপৰিও এদিনীয়া আৰু টি-২০ চিৰিজটো খেলাৰ সুযোগ লাভ কৰিছে । আঘাত প্ৰাপ্ত

news24update Read More »

news24update উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত গণৰাজ্য দিৱস উদযাপন

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত গণৰাজ্য দিৱস উদযাপন। সমগ্ৰ দেশৰ লগতে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনতো ৭৭ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপিত কৰা হয়। ৰাতিপুৱা ৮ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠান মুকলি কৰে প্ৰধানাচাৰ্য পৰেশ দাসে । ৮:৩০ মিনিটত পতাকা উত্তোলনৰে গণৰাজ্য দিৱস আনুষ্ঠানিক ভাৱে মুকলি কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ড০ ঈশাংকুৰ শইকীয়াই

news24update উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত গণৰাজ্য দিৱস উদযাপন Read More »

news24update বিজনীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন

বিজনীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত গাম্ভীৰ্যপূৰ্ণভাৱে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।কাৰ্যসূচীৰ আৰম্ভণিতে জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।এই উপলক্ষে বিজনী মহকুমাৰ মহকুমাধিপতি অৰ্জিত

news24update বিজনীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন Read More »

Goreswar HDFC BANK

গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ অৰ্থসাহায্যত পুনৰনিৰ্মাণ কৰা বিদ্যালয়ৰ দ্বাৰ মুকলি গোৰেশ্বৰ,২২জানুৱাৰীঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ অধীনত আৰু চিটিজেন ফাউণ্ডেচনৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা ১নং বাঘডোবা জুনিয়ৰ বেচিক স্কুলৰ দ্বাৰ আজি দুপৰীয়া মুকলি কৰে এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া তানিয়া পালে।শিশুক বিদ্যালয়ৰ প্ৰতি

Goreswar HDFC BANK Read More »