মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি
মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি গোৰেশ্বৰ-১১জানুৱাৰীঃ গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত শ্বহীদ সাংবাদিক দীপক স্বর্গীয়াৰীৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ক্রিকেট খেল প্রতিযোগিতা শুক্ৰবাৰে সামৰণি পৰে ৷৭ জানুৱাৰীপৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত নাওকাটা XI পৰাস্ত কৰি গোৰেশ্বৰ প্ৰেছ গীল্ড বিজয়ী হয় । গোৰেশ্বৰ প্ৰেছ গীল্ডৰ উদ্যোগত তিনিদিনীয়াকৈ মহৰিপাৰা খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ […]
মহৰিপাৰাত ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি Read More »




