Goreswar HDFC BANK
গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ অৰ্থসাহায্যত পুনৰনিৰ্মাণ কৰা বিদ্যালয়ৰ দ্বাৰ মুকলি গোৰেশ্বৰ,২২জানুৱাৰীঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ অধীনত আৰু চিটিজেন ফাউণ্ডেচনৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা ১নং বাঘডোবা জুনিয়ৰ বেচিক স্কুলৰ দ্বাৰ আজি দুপৰীয়া মুকলি কৰে এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া তানিয়া পালে।শিশুক বিদ্যালয়ৰ প্ৰতি […]
Goreswar HDFC BANK Read More »



